Vivo ৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে নিযুক্তি বিৰাট কোহলী

jj

Vivo ৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে নিযুক্তি বিৰাট কোহলী ।

বিৰাট কোহলীক ব্ৰেণ্ড এম্বেছাদৰ হিচাপে ঘোষণা কৰিছে ম’বাইল নির্মাণ কোম্পানী Vivoৱে। টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলীক সজাগতা আৰু অনাগত দিনত Vivoৰ আহিবলগীয়া সামগ্ৰীৰ শুভাৰম্ভৰ প্ৰচাৰ কৰা দেখা যাব।

Category
Profile picture for user UB Photos