UB Photos April 08 / 2021 নিৰ্বাচন আহিব-যাব। আমাৰ সমাজ খন সৰ্বাংগীন সুন্দৰ কৰিবলৈ আধ্যাত্মিকতা বৰ্তাই ৰাখিব লাগিব। এই মনোভাৱেৰে আজি পুৱা নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰমত উপস্থিত হয় বিটিচি প্ৰধান প্ৰমোদ বড়ো। সেৱাশ্ৰমত উপস্থিত হৈ প্ৰমোদ বড়োই গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুৰ আশীষ লয়। Category News Log in to post comments