১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ শিখা শৰ্মাক

jj

১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ শিখা শৰ্মাক ।
দুদিনৰ আৰক্ষী জিম্মাত বিচাৰিছিল ।
কেন্দ্ৰীয় কাৰাগাৰলৈ  প্ৰেৰণ শ্বহীদক বিৰূপ মন্তব্য কৰা শিখা শৰ্মাক ।
উচ্চ ন্যায়ালয়ৰ কাষ চাপিব শিখা শৰ্মাৰ অধিবক্তাই ।

Category
Profile picture for user UB Photos