পুনৰ জামিন নাকচ APSC কেলেংকাৰীৰ মুল অভিযুক্ত ৰাকেশ পালৰ

jj

পুনৰ জামিন নাকচ APSC কেলেংকাৰীৰ মুল অভিযুক্ত ৰাকেশ পালৰ ।

দীৰ্ঘদিন ধৰি কাৰৰুদ্ধ হৈ আছে অসম লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ ৰাকেশ পাল।
অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ বৃহৎ কেলেংকাৰীৰ বাবে গ্ৰেপ্তাৰ কৰিছিল ৰাকেশ পালক।
বুধবাৰে পালৰ পুনৰ জামিন নাকচ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে।
ভঙাগড় আৰক্ষী চকীত থকা এক গোচৰৰ বাবে ৰাকেশ পালৰ পুনৰ জামিন নাকচ।

Category
Profile picture for user UB Photos