সংকটজনক অৱস্থাত চিকিৎসাধীন বয়োজ্যেষ্ঠ ৰাজনীতিবিদ ভূমিধৰ বৰ্মন

jj

সংকটজনক অৱস্থাত চিকিৎসাধীন বয়োজ্যেষ্ঠ ৰাজনীতিবিদ ভূমিধৰ বৰ্মন

দিছপুৰ হাস্পতালত চিকিৎসাধীন সংসদৰ আটাইতকৈ বয়োজ্যেষ্ঠ নেতাজন ।
বৰ্তমান তেখেতৰ স্বাস্থ্য সংকটজনক বুলি জনাইছে দিছপুৰ হাস্পতালৰ  চিকিৎসকে। ২০ দিন পূৰ্বে তেখেতক ভৰ্তি কৰা হৈছিল দিছপুৰ হাস্পতালত। উল্লেখ্য যে ইতিমধ্যে তেখেতৰ মৃত্যু হোৱা বুলিও উৰা-বাতৰি ওলাইছিল।

Category
Profile picture for user UB Photos