ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱ আক্ৰান্ত কৰ'ণাত

jj

চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱ আক্ৰান্ত কৰ'ণাত৷ কিছুদিন ধৰি অসুস্থ হৈ আছ৷পিছত স্বাৱ টেষ্ট কৰাত ধৰা পৰে ক'ভিডৰ উপস্থিতি৷ মুখ্যমন্ত্ৰী গৰাকীয়ে টুইটাৰ যোগে এই কথা সদৰি কৰিছে৷ইতিমধ্যে চিকিৎসকৰ পৰামৰ্শ অনুসৰি হোম কোৱাৰেন্টীনত আছে মুখ্যমন্ত্ৰী দেৱ৷

Category
Profile picture for user UB Photos