"বদৰুদ্দিন আজমলক বৰ্জন কৰিব জনতাই"-নিৰ্বাচনৰ পিছতে মন্ত্ৰী যোগেন মহনৰ মন্তব্য

jj

"বদৰুদ্দিন আজমলক বৰ্জন কৰিব জনতাই"-নিৰ্বাচনৰ পিছতে মন্ত্ৰী যোগেন মহনৰ মন্তব্য।
২০২১ ত ভাৰতীয় জনতা পাৰ্টি আৰু অগপ মিত্ৰজোঁটৰ চৰকাৰ গঠন হোৱাটো খাটাং। ৮০ খনতকৈ অধিক আসন লাভ কৰিব বিজেপিয়ে। প্ৰথম পৰ্যায়ত ৪০ খনতকৈ অধিক, দ্বিতীয় পৰ্যায়ত ২৫ খনতকৈ অধিক আৰু তৃতীয় পৰ্যায়তো গৰিষ্ঠসংখ্যক আসন লাভ কৰিব বুলি মন্তব্য মন্ত্ৰীগৰাকীৰ।

Category
Profile picture for user UB Photos