লখিমপুৰৰ মহায়জানত অঘটন ,কোনো দুস্কৃতিকাৰীয়ে পুখুৰীত বিহ দি মাৰিলে কেইবালাখ টকাৰ মাছ

jj

লখিমপুৰৰ মহায়জানত অঘটন ,কোনো দুস্কৃতিকাৰীয়ে বাবা দাস নামৰ ব্যক্তিৰ পুখুৰীত বিহ দি মাৰিলে কেইবালাখ টকাৰ মাছ ।

 লখিমপুৰ জিলাৰ  মহায়জানৰ ২ নং কুহিমাৰী গাঁৱৰ নিবাসী বাবা দাসৰ ৫ বিঘা মাটিৰ পুখুৰীত কোনো দুস্কৃতিকাৰীয়ে বিহ দি প্ৰায় ৬ লখ্যাধিক টকা মাছ মাৰি পেলাই ।বাবা দাসে দুবছৰ পূৰ্বে পুনা মাছ মেলা পুখুৰীটোত প্ৰায় ১০,১২  কেজি লৈকে হৈছিল মাছবোৰ ।  একমাত্ৰ মাছ পুহি চাৰিজনীয়া পৰিয়াল পুহপাল দিয়া বাবা দাসৰ এই ৫ বিঘাৰ পুখুৰীটো কোনো দুস্কৃতিকাৰীয়ে বিহ দি মাছবোৰ মাৰক লৈ উদিগ্ন প্ৰকাশ কৰে সচেতন ৰাইজে । ইতিমধ্যে ঘটনা সন্ধভত উচিত ন্যায় বিচাৰি উত্তৰ লখিমপুৰ সদৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে বাবা দাসে ।

Category
Profile picture for user UB Photos