মাণিকপুৰৰ ভাণ্ডাৰাত অগ্নিকাণ্ডত

jj

মাণিকপুৰৰ ভাণ্ডাৰাত নিশা অগ্নিকাণ্ডত ।

আব্দুল মতিনৰ ঘৰত সংগঠিত হয় অগ্নিকাণ্ড। 

খেৰিৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাত হৈ নিমিষতে ভস্মীভুত হয় বাসগৃহ ।

অগ্নিকাণ্ডৰ সুত্ৰপাতৰ কাৰন জানিব পৰা হোৱা নাই।

ৰাইজৰ তৎপৰতাত জুই নুমাবলৈ সক্ষম হোৱাত বাকী গৃহ ৰক্ষা পৰে।

অগ্নিকাণ্ডত প্ৰায় লক্ষাধিক টকাৰ সম্পতি ভস্মীভুত হয়। 

Category
Profile picture for user UB Photos