১৭  সমষ্টিৰ বাবে প্ৰাৰ্থী তালিকা ঘোষণা ৰাইজৰ দলৰ

jj

ৰাইজৰ দলৰ  দ্বিতীয়খন গুৰুত্বপূৰ্ণ সংবাদমেল ৷ গুৱাহাটীত অনুস্হিত সংবাদমেলখন সম্বোধন কৰে কাৰ্যকৰী সভাপতি ভাস্ক' ডি শইকীয়াই ৷ কাৰাৰুদ্ধ হৈ থকা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ অনুমোদনৰ ভিত্তিত প্ৰাৰ্থী তালিকা ঘোষণ৷ ৷  ১৭  সমষ্টিৰ বাবে প্ৰাৰ্থী তালিকা ঘোষণা ৰাইজৰ দলৰ ৷ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ১১ টা  সমষ্টিৰ বাবে তালিকা ঘোষণা কৰাৰ পিচত শনিবাৰে দ্বিতীয় পৰ্যায়ৰ ৬ টা সমষ্টিৰ বাবেও ঘোষণা  কৰে প্ৰাৰ্থী তালিকা  ৷ সেই অনুসৰি

১)শিৱসাগৰত অখিল গগৈ

২))ৰহাত ৰুবুল দাস, 

৩)কমলপুৰত জিতুল ডেকা, 

৪) দলগাওত ওমৰ আলি

৫)ৰঙিয়াত হৰেশ্বৰ বৰ্মন,

৬) যমুনামুখত দিলোৱাৰ বেগম চৌধুৰী

৭)ধিঙত মেহবুব মুক্তাব

৮) চাবুৱাত দ্বিবনজ্যোতি ফুকন

৯) টীয়কত কবিন্দ্ৰ চেতিয়া ফুকন

১০)উত্তৰ কৰিমগঞ্জতচাহাবঙল ইছলাম চোধুৰী ওৰফে পাৰুল চৌধুৰী

১১)বোকাখাটত জীৱন চন্দ্ৰ বৰা

১২)মাহমৰাত লোহিত গগৈ

১৩)বিহপুৰীয়া অনুপ শইকীয়া

১৪)মৰাণ মোহিনী মোহন লিগিৰা

১৫)তেজপুৰ অলক নাথ

১৬)ৰঙাপৰাত বিজয় তিৰ্কী

১৭)ৰপহীহাটত নজৰুল ইছলাম

১৮) মৰিয়ণীত অখিল গগৈ হ'ব পাৰে দলীয় প্ৰাৰ্থিত্ব

Category
Profile picture for user UB Photos