
ৰাজ্যৰ বেচৰকাৰী মটৰ পৰিবহনৰ দীঘলীয়া আন্দোলন ঘোষনা। অসম মটৰ পৰিবহন শ্ৰমিক সংগঠন সমূহৰ যৌথ মঞ্চই তেওঁ লোকৰ বিভিন্ন দাবীৰ প্ৰতি চৰকাৰে কোনো ইতিবাচক সহাৰী নিদিয়াৰ প্ৰতিবাদত ২৭জানুৱাৰীৰ পৰা ধাৰাবাহিক চকা বন্ধ ঘোষনা কৰিছে ।প্ৰথম ১৪ ঘন্টীয়া দ্বিতীয়তে ৪৮ ঘন্টীয়া আৰু তৃতীয়তে ৭২ ঘন্টীয়া হ'ব চকা বন্ধ ।
উল্লেখ্য যে আগন্তুক বিধানসভা অধিবেশনৰ দ্বিতীয় আৰু তৃতীয় দিনটো ৪ ঘন্টীয়া চকা বন্ধ থাকিব বুলিও সংগঠনটোৰ নেতৃবৰ্গই সদৰি কৰে।
- Log in to post comments