সন্ধানহীন CISF জোৱানৰ মৃতদেহ উদ্ধাৰ

সন্ধানহীন CISF জোৱানৰ মৃতদেহ উদ্ধাৰ।

কামপুৰৰ তেতেলিসৰাৰ সন্ধানহীন CISF জোৱানৰ মৃতদেহ উদ্ধাৰ।

বগলাজানৰ হাৰিয়া বান্ধত উদ্ধাৰ হৈছে মৃতদেহটো।

জোৱানজনৰ নাম দেৱাশীষ দাস ।

ঘটনা সন্দৰ্ভত কামপুৰ আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল ৰাইজৰ

 

Category