চামগুৰিত গঁড়ৰ চাল, নখ, হৰিণৰ শিঙসহ কেকো সাপ উদ্ধাৰ

ৰ চাল, নখ, হৰিণৰ শিঙসহ কেকো সাপ উদ্ধাৰ

চামগুৰিত বন সুৰক্ষা বাহিনী আৰু চামগুৰি আৰক্ষীৰ যৌথ অভিযান।
চামগুৰিৰ বগামুৰৰ পৰা উদ্ধাৰ গঁড়ৰ চাল, নখ, হৰিণৰ শিঙ সহ এটা কেকো সাপ।
গঁড়ৰ চোৰাং চিকাৰৰ সৈতে জড়িত ছফিকুল ইছলামে অভিযানৰ উমান পাই ঘৰৰ পৰা পলায়ন।
বন সুৰক্ষা বাহিনীৰ পৰৱৰ্তী অনুসন্ধানত গঁড় চিকাৰী চক্ৰটোৰ সৈতে জড়িত আটাইকেইজনৰে নাম পোহৰলৈ অহাৰ সন্দেহ।

 

Category