চাংসাৰি আৰক্ষীৰ জালত ড্ৰাগছ ব্যৱসায়ী

টেবলেট উদ্ধাৰ কৰে

চোৰাং কাৰবাৰকে ধৰি ড্ৰাগছ ব্যৱসায়ৰ ঘাটিত পৰিনত উত্তৰ কামৰূপ অঞ্চল

সমগ্ৰ উত্তৰ কামৰূপ যেন এতিয়া অসাধু ব্যৱসায়ীৰ বাবে হৈ পৰিছে ৰম্যভূমি ।

ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত বহু কেইজনে ৰঙা ঘৰৰ আলহী হোৱাৰ পিচতো কমা নাই ড্ৰাগছৰ চোৰাং বেহা ।

পুনৰ চাংসাৰি আৰক্ষীৰ জালত এজন ড্ৰাগছ সৰবৰাহ কাৰি ।

চাংসাৰি আৰক্ষীয়ে এক গোপন সুত্ৰৰ পম খেদি অভিযান চলাই নুৰ ইছলাম আলী নামৰ ব্যক্তিৰ পৰা ২৪ বটল নিষিদ্ধ কফ চিৰাপৰ লগতে কিছু পৰিমানৰ নিষিদ্ধ টেবলেট উদ্ধাৰ কৰে ।

 

Category