দৰঙৰ দেওমৰনৈত অঘটন

অঘটন

দৰঙৰ দেওমৰনৈত অঘটন

পখুৰীত পৰিল বাইকসহ যুৱক 

মৃত অৱস্থাত উদ্ধাৰ হ'ল যুৱকজন ॥

যুৱক জনৰ নাম অজিত ডেকা (30) বুলি চিনাক্ত ॥

যুৱক জনৰ ঘৰ দেওমৰনৈ খাৰখোৱাপাৰাৰ  ॥

ব্যক্তিগত কাৰনত  নিশা প্ৰায় ৯. ৩০ মানত ঘৰৰ পৰা ওলাই আহি পথত নিয়ন্ত্ৰন হেৰুৱাই পুখুৰীত পৰি য়ায় ॥

পিছত আজি পুৱাতে বাইকসহ যুৱকজনক প্ৰত্যক্ষ কৰে ৰাইজে ॥

ঘটনাস্থলীত পাথৰিঘাট থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মহেন্দ্ৰ শৰ্মা উপস্থিত হৈ পুখুৰীৰ পৰা বাইক আৰু মৃত যুৱকজনক   উদ্ধাৰ কৰে ॥

 ইতিমধ্য  মৰনোত্তৰ পৰীক্ষাৰ বাবে মূত যুৱকজনক মঙলদৈ লৈ প্ৰেৰন কৰে ॥




 

Category