উত্তৰ-গুৱাহাটীৰ প্ৰতি মমতাত উদ্বেলিত সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামীৰ মন মগজু

উত্তৰ-গুৱাহাটীৰ প্ৰতি মমতাত উদ্বেলিত সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামীৰ মন মগজু। ৫৩ বছৰে সমাজলৈ সেৱা আগবঢ়োৱা সত্ৰাধিকাৰগৰাকী এতিয়া চিন্তাৰ সপোনক বাস্তৱৰূপ প্ৰদানৰ একাগ্ৰ সাধনাত ব্ৰতী।