মহানগৰীত কৰ'নাত পুনৰ মৃত্যু এজনৰ

মহানগৰীত পুনৰ মৃত্যু আন এজন কৰ'না আক্ৰান্তৰ।

যোৱা ২২ জুনৰ পৰা চিকিৎসাধীন হৈ থকা এই ব্যক্তিজন ফটাশিল আমবাৰীৰৰ দিলীপ তালুকদাৰ (৫০) বুলি জানিব পৰা গৈছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ টুইট যোগে এই কথা সদৰী কৰাৰ লগতে ব্যক্তি জনৰ মৃত্যুৰ বাবে গভীৰ শোক প্ৰকাশ কৰিছে।

ৰাজ্যত কোৰোণাত আক্ৰান্ত

Category