কাছাৰত ভুৱা দুৰ্নীতি নিৰ্বাৰক বিষয়া আটক

নিৰ্বাৰক বিষয়া আটক

     

      কাছাৰৰ বৰখলা ভুৱা দুৰ্নীতি নিৰ্বাৰক শাখা অফিচৰ বলি দাবী কৰা দুই গৰাকী ব্যক্তি আটক কৰিলে বৰখলা আৰক্ষী ৷   

     বিগত এমাহৰ পৰা  বৰখলা সমষ্টিৰ বিভিন্ন জিপিৰ কাম কাজৰ দুৰ্নীতিৰ অভিযোগৰ তদন্ত কৰিবলৈ উত্থাপিত কৰি ভুৱা অফিচৰ হই অৰ্থ দাবীৰ অভিযোগ তেওঁলোকৰ বিৰুদ্ধে ৷

      ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আটক কৰিছে ভুৱা অফিচৰ সকলৰ সংঘটিত হোৱাৰ অভিযোগ ৷ আটক হোৱা ব্যক্তি দুই গৰাকীৰ নাম সত্যজিৎ দে আৰু মন বাহাদুৰ ছত্ৰী

    সোমবাৰে বৰখলা ব্লকত দুৰ্নীতিৰ অভিযোগত তদন্ত কৰিবলৈ আহিছে কই বিডিও ৰুপক দেবক তথ্য বিচাৰি কলে ৷বিডিওৰ সন্দেহ হুৱাৰ পিছত আৰক্ষীত গতাই দিলে ৷আৰক্ষীৰ তদন্তত তেওঁ নিজকে মিডিয়া কৰ্মী পৰিচয়দি দুৰ্নীতিৰ অভিযোগত তদন্তত আহিছে বলি জনায় ৷

     এফালে বিডিও ৰুপক দেবৰ মামলা দাখিল কৰাৰ অভিযোগত তেওঁলোকক আটক কৰি তদন্তত চলাায় ৷

 

Category