
ৰঙিয়াত গুলীচালনাৰ ঘটনা।
অচিনাকী ব্যক্তিয়ে গুলিয়ালে ব্যৱসায়ীক।
ৰঙিয়াৰ সমীপৰ জামতোলাত সংঘটিত হৈছে এই ঘটনা
গুলীচালনাত আহত গোগমালাচাৰ মতলিব আলী ওৰফে বাবু নামৰ লোকজন
এক জাই গুলী চলাই পলায়ন কৰে দুৰ্বৃত্তই।
গুলীবিদ্ধ মতলিব আলী আৰু ছাইদুল বাইক যোগে গৈ আছিল বতাকুছি অভিমুখে।
আদ বাটতে সংঘটিত হৈছে গুলীচালনাৰ ঘটনা।
সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হয় গুলীবিদ্ধ মতলিব আলী ওৰফে বাবুক।
Category
- Log in to post comments