
অভিযানত গ্ৰেপ্তাৰ দুটাকৈ আন্তঃৰাষ্ট্ৰীয় গেংষ্টাৰ
গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ সুবোধ সিং গেঙৰ দুটাকৈ সদস্যক
গণেশপাৰাৰ পৰা গ্ৰেপ্তাৰ দুই কুখ্যাত গেংষ্টাৰক
ধৃত দুই গেংষ্টাৰ বিহাৰৰ য়াছ আহমেদ আৰু পিউজ ৰাজ
ফটাশিল আৰক্ষীৰ সহযোগত অভিযান দিল্লী আৰক্ষীৰ
মাৰণাস্ত্ৰ সৰবৰাহ আৰু ডকাইতি কাণ্ডৰে জড়িত দুয়ো
বিগত ২০ দিন ধৰি গুৱাহাটীত বাহৰ পাতিছিল ২ গেংষ্টাৰে
দুয়োৰে পৰা জব্দ সোণৰ অলংকাৰ, ৯টা ম’বাইল, ৯টা ডংগল
জব্দ বিহাৰত পঞ্জীয়নভুক্ত BR-01JE-5285 নম্বৰৰ এখন বাহন
গুৱাহাটীত প্ৰেমিকাই আশ্ৰয় দিছিল ২ গেংষ্টাৰক
বিভিন্ন ৰাজ্যত শতাধিক ডকাইতি কাণ্ডৰে জড়িত বৃহৎ গেংটো
- Log in to post comments