
মহানগৰীৰ আনন্দনগৰ চাণক্য পথৰ বাসগৃহত অভিযান
মহানগৰীৰ কেইবাটাও স্থানত আছে সূৰ্য বৰুৱাৰ বিশাল সম্পত্তি
৮ এপ্ৰিলত CMVএ ধুবুৰীৰ পৰা আটক কৰিছিল বিষয়াগৰাকীক
আয়বৰ্হিভূত সম্পত্তিৰ গোচৰত আটক হৈছিল সূৰ্য বৰুৱা
পৰৱৰ্তী সময়ত CMVএ গ্ৰেপ্তাৰ কৰে দুৰ্নীতিপৰায়ণ বিষয়া সূৰ্য বৰুৱাক
Category
- Log in to post comments