
যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ’ব পাৰে CDPO সূৰ্য বৰুৱা
আয় বহিৰ্ভুত সম্পত্তিৰ গোচৰত ধুবুৰীৰ পৰা আটক
আটক কৰি সোমবাৰে গুৱাহাটীলৈ অনা হৈছে বৰুৱাক
CMVৰ কাৰ্যালয়ত সোধা-পোছা অব্যাহত বিষয়াজনক
সূৰ্য বৰুৱা কোকৰাঝাৰৰ শিশু উন্নয়ন প্ৰকল্প বিষয়া
জব্দ সূৰ্য বৰুৱাৰ এখন স্কৰপিঅ’ বাহন
বাহনখনৰ পৰা গুৰুত্বপূৰ্ণ নথিসহ উদ্ধাৰ ৩.৫০ লাখ টকা
সূৰ্য বৰুৱাৰ ধুবুৰীৰ ভাড়াঘৰতো চলিছিল অভিযান
সূৰ্য বৰুৱাৰ গুৱাহাটীৰ বাসগৃহতো অভিযান CMVৰ
গুৱাহাটী কেইবাটাও প্ৰান্তত আছে বিশাল সম্পত্তি
ছয়মাইলৰ লিচুবাৰীত আছে সূৰ্য বৰুৱা বিশাল অট্টালিকা
- Log in to post comments