ভাৰতৰ AI মিছনৰ সফলতা! কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰখনত ভাৰতৰ নতুন দিগন্তৰ সূচনা...

AI

ভাৰতৰ AI মিছনৰ সফলতা
কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰখনত ভাৰতৰ নতুন দিগন্তৰ সূচনা
১৮ হাজাৰতকৈ অধিক GPUৰ তালিকাভুক্ত
এই তথ্য প্ৰকাশ কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তৎপৰতাত ২০২৪ চনৰ আগষ্ট মাহৰ পৰা আৰম্ভ হোৱা AI মিছনে ভাৰতত নতুন দিগন্তৰ সূচনা কৰিছে। কমন কম্পিউটাৰৰ জৰিয়তে ১৮ হাজাৰতৈও অধিক গ্ৰাফিক প্ৰচেছিং ইউনিট অৰ্থাৎ GPU তালিকাভুক্ত কৰা হৈছে বুলি তথ্য প্ৰকাশ কৰিলে কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে। 

আনহাতে, ষ্টাৰ্টআপ আধাৰিত আৰ্হি স্থাপন কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে বিভিন্ন প্ৰতিষ্ঠান তথা গৱেষণা কেন্দ্ৰৰ সৈতে আলোচনা কৰিব বুলিও জানিবলৈ দিয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। 

Category