কলকাতাৰ RGK হাস্পতালৰ চিকিৎসক ধ*ৰ্ষ*ণ-হ*ত্যাকা*ণ্ডৰ শাস্তি ঘোষণা
অভিযুক্ত সঞ্জয় ৰায়ক যাৱজ্জীৱন কাৰাদণ্ড শিয়ালদহ আদালতৰ
শিয়ালদহ আদালতে ঘোষণা কৰিলে সঞ্জয়ৰ শাস্তি
ধৰ্ষণকাৰীৰ শাস্তিৰ দাবীত আদালতৰ বাহিৰত প্ৰতিবাদ
ধৃত চিভিক ভলণ্টিয়াৰ, সঞ্জয় ৰায়ক দোষী সাব্যস্ত আদালতৰ
২০২৪ৰ ৯ আগষ্টত সংঘটিত হৈছিল বৰ্বৰ ধৰ্ষণৰ ঘটনা
ঘটনাৰ ১৬৪ দিনৰ পিছত শাস্তি ঘোষণা আদালতৰ
সমগ্ৰ ঘটনাত সঞ্জয় ৰায়কে একমাত্ৰ দোষী সাব্যস্ত আদালতৰ
সমগ্ৰ দেশ কঁপাই তুলিছিল এই ধ*ৰ্ষ*ণ-হ*ত্যাকা*ণ্ডই
Category
- Log in to post comments