মহাকাশ গৱেষণা ক্ষেত্ৰখনত নাছাৰ নতুন অভিলেখ....

solar

 

সূৰ্যৰ নিকটতম স্থানত অৱস্থান নাছাৰ যান

২০১৮ চনত উৎক্ষেপন কৰা হৈছিল যানখন

স্পেচক্ৰাফ্ট পাৰ্কাৰ ছলাৰ প্ৰ-১ৰ অৱস্থান

সূৰ্যৰ পৰা ৬১ লাখ কিঃমিঃ দূৰত্বত অৱস্থান যানখনৰ

মহাকাশ গৱেষণাৰ ইতিহাসত এয়া বিৰল ঘটনা

১ জানুৱাৰীৰ পৰা যানখনে প্ৰেৰণ কৰিব বিস্তৃত তথ্য

৯৮২ ডিগ্ৰী তাপমানত অক্ষত অৱস্থাত আছে যানখন

সূৰ্যৰ চাৰিওদিশে ৯.৬ লাখ কিঃমিঃ প্ৰতিঘণ্টাত গতি কৰিছে যানখনে

সূৰ্যৰ বাহ্যিক আৱৰণৰণাৰ কক্ষপথত ঘূৰিছে যানখন

সূৰ্য আৰু সৌৰমণ্ডলৰ প্ৰভাৱ সম্পৰ্কে অধ্যয়ন কৰিব মহাকাশ যানে

২৭ ডিচেম্বৰত পাৰ্কাৰ ছলাৰ প্ৰব যানে নাছালৈ প্ৰেৰণ কৰিছিল ছিগনেল

নাছাৰ সৌৰবিজ্ঞানী য়ুজিন পাৰ্কাৰৰ নামেৰে নামাকৰণ হৈছে যানখন

Category