দুৰ্গা পূজাক লৈ মহানগৰ যান-বাহন আৰক্ষীৰ নিৰ্দেশনা, কি কি নিৰ্দেশনা জাৰি কৰা হৈছে?.....

durga puja

দুৰ্গা পূজাক লৈ মহানগৰ যান-বাহন আৰক্ষীৰ নিৰ্দেশনা
৯ অক্টোবৰৰ পৰা ১৩ অক্টোবৰলৈ এই নিৰ্দেশনা জাৰি
দুপৰীয়া ২ বজাৰ পৰা নিশা ২ বজালৈ বাহন চলাচলত নিষেধাজ্ঞা
গণেশগুৰি উৰণ সেতুৰ পৰা গণেশ মন্দিৰৰৰ সন্মুখেৰে হ’ব ONE WAY
জু-ৰোডৰ পৰা গণেশ মন্দিৰৰ পথত সোমাব নোৱাৰিব বাহন
গণেশগুৰিৰ হোলচেল মাৰ্কেট পথটো বাহন প্ৰৱেশত নিষেধাজ্ঞা
বেলতলা তিনিআলিৰ পৰা জয়ানগৰলৈ ONE WAY
বেলতলা তিনিআলিৰ পৰা ভেটাপাৰালৈ হ’ব ONE WAY
ফটাশিলৰ ৬, ৭, ৮ ৰে’লগেটেৰে যান-বাহন প্ৰৱেশত বাধা
AT ৰোডত পাৰ্কিং কৰিব নোৱাৰিব বাহন
শান্তিপুৰৰ প্ৰাগজ্যোতিষ কলেজৰ সন্মুখেৰেও বাহন চলাচলত বাধা
নুনমাটিৰ বন্দনা পইণ্টৰ পৰা ৰিফাইনেৰীলৈ বাহন চলাচলত বাধা
হাইক’ৰ্টৰ সন্মুখেৰেও গধূৰ বাহন চলাচলত নিষেধাজ্ঞা

Category