অবৈধভাৱে নিযুক্তি লোৱা SIএ শীঘ্ৰে হেৰুৱাব চাকৰি....

assam police

শীঘ্ৰে চাকৰি হেৰুৱাব ১৭জন SIএ
২০১৪ চনতে লাভ কৰিছিল নিযুক্তি 
অবৈধভাৱে নিযুক্তি লাভ কৰিছিল ১৯ SIএ
উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল একাংশ ভুক্তভোগী
লেখ আবেদনৰ জৰিয়তে আদালতত আবেদন 
২০০৮ চনৰ নিযুক্তি তালিকাৰ পুনৰ প্ৰস্তুতিৰ নিৰ্দেশ আদালতৰ
বিষয়টোক লৈ ২০১৭ চনত গঠন হৈছিল বিশেষ কমিটী
কমিটীৰ বাছনিত অযোগ্য হিচাপে চিহ্নিত ১৯গৰাকী প্ৰাৰ্থী
অবৈধভাৱে নিযুক্তি হৈছিল আটাইকেইগৰাকী বিষয়াৰ
অযোগ্য প্ৰাৰ্থীৰ ঠাইত ১৯গৰাকী যোগ্য প্ৰাৰ্থীক বাছনি কমিটীৰ
ইতিমধ্যে দুগৰাকী SIক চাকৰিৰ পৰা অব্যাহতি
অঞ্জন চৌধুৰী, দীপাংকৰ শইকীয়াক চাকৰিৰ পৰা অব্যাহতি
বাকী থকা ১৭গৰাকী SIকো বিদায় দিয়াৰ যো-জা
অযোগ্য প্ৰাৰ্থীৰ তালিকাত হেমেন শৰ্মা, ভাস্কৰ বৰ্মন
বদ্ৰী প্ৰসাদ বাৰোৱতী, ছাহিদুৰ ৰহমান, কামাখ্যা মিশ্ৰ
নৱজিৎ তালুকদাৰ, ফাৰুক আহমেদ, অমৰ ঘোষ
আমিনুল ইছলাম, শশধৰ কলিতা, ছৰিফুল ৰহমান, উদীপ্ত কলিতা
টুইংকল গোস্বামী, ভনীতা দাস, ৰিংকুমণি কলিতা, নিলীমা বড়ো
অযোগ্য প্ৰাৰ্থী হিচাপে চিহ্নিত সুনীতা ডেকা

Category