
বৰ্তমান ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ আলহী ৰঞ্জিত
TRADING FXৰ মাষ্টাৰমাইণ্ড প্ৰৱঞ্চক ৰঞ্জিত কাকতি
প্ৰৱঞ্চনাৰে লুটিছিল প্ৰায় ১২ হাজাৰ কোটি টকা
ডিব্ৰুগড় সত্ৰ ন্যায়াধীশ আদালতত হাজিৰ ৰঞ্জিতক
৪ ছেপ্টেম্বৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৰঞ্জিত কাকতিক
ৰঞ্জিত কাকতিৰ লগত জড়িত আন কেইবাজনো লোক
ডিব্ৰুগড় সদৰ থানাত উপস্থিত বহু বিনিয়োগকাৰী
আন আন অভিযুক্তকো গ্ৰেপ্তাৰৰ আহ্বান বিনিয়োগকাৰীৰ
Category
- Log in to post comments