
পৰীক্ষাৰ ২৪ ঘণ্টা পিছত ভাইৰেল প্ৰশ্নকাকত
প্ৰশ্নকাকত ভাইৰেলক লৈ ৰাজ্যজুৰি চাঞ্চল্য
পৰীক্ষাৰ ৩১ মিনিট পূৰ্বে হোৱাটছএপ গ্ৰুপত প্ৰশ্নকাকত!
কিদৰে ভাইৰেল হ’ল ADR পৰীক্ষাৰ প্ৰশ্নকাকত?
পৰীক্ষাৰ্থীক নিবলৈ দিয়া হোৱা নাছিল প্ৰশ্নকাকত
পৰীক্ষাৰ্থীৰ হাতত নাছিল কোনোধৰণৰ ইলেক্ট্ৰনিক ডিভাইচ
পৰীক্ষা গৃহত সম্পূৰ্ণৰূপে নিষিদ্ধ আছিল ম’বাইল ফোন
তন্নতন্নকৈ তালাচী চলোৱা হৈছিল সকলো পৰীক্ষাৰ্থীক
Category
- Log in to post comments