আজিৰে পৰা ৰাজ্যত অমৃতবৃক্ষ আন্দোলন...

cm

 

ৰাজ্যজুৰি ৰোপণ কৰা হ’ব ৩ কোটি গছপুলি

‘মাৰ নামত এজোপা গছ’ শীৰ্ষক কাৰ্যসূচী

মুখ্যমন্ত্ৰীয়ে আৰম্ভ কৰে অমৃতবৃক্ষ আন্দোলনৰ কাৰ্যসূচী

মুখ্যমন্ত্ৰীৰ আৱাসত মুখ্যমন্ত্ৰীয়ে ৰোপণ কৰিলে গছপুলি

১ আগষ্টৰ পৰা ২০ আগষ্টলৈ চলিব অমৃত বৃক্ষ আন্দোলন

স্থানীয় বিতৰণ কেন্দ্ৰসমূহৰ পৰা সংগ্ৰহ কৰিব পাৰিব গছপুলি

Category