ৰাজ্যত ভয়াৱহ ৰূপ জাপানীজ এনকেফেলাইটিজৰ, ২২ৰ পৰা ৪৮ জনলৈ বৃদ্ধি ৰোগীৰ সংখ্যা....

Japanese encephalitis

ৰাজ্যত ভয়াৱহ ৰূপ জাপানীজ এনকেফেলাইটিজৰ
ভয়াৱহ ৰূপ লৈছে মেলেৰিয়া আৰু ডেংগুয়েও
প্ৰতিদিনে ক্ৰমাৎ বৃদ্ধি পাইছে আক্ৰান্ত ৰোগীৰ সংখ্যা
GMCHত JEত ২২ৰ পৰা ৪৮ জনলৈ বৃদ্ধি ৰোগীৰ সংখ্যা
ক্ৰমাৎ বৃদ্ধি পাইছে মৃত্যুৰ সংখ্যাও 
১৩ জনলৈ বৃদ্ধি হ’ল JEত মৃত্যুৰ সংখ্যা
সমান্তৰালকৈ বৃদ্ধি মেলেৰিয়া, ডেংগুত আক্ৰান্তৰ সংখ্যা 
মেলেৰিয়াত আক্ৰান্ত ১১০, ডেংগুত আক্ৰান্ত ১৯ ৰোগী
মেলেৰিয়াত বৰ্তমানলৈ ২৬ৰ মৃত্যু, ডেংগুত মৃত্যু দুজন ৰোগীৰ

Category