জনতা ভৱনত মন্ত্ৰী পীয়ুষ হাজৰিকাৰ বৈঠক
ৰাজ্যৰ ৰিহাব চেণ্টাৰৰ স্বত্বাধিকাৰীসকলৰে বৈঠক
ৰাজ্যত নিচামুক্তি কেন্দ্ৰৰ বাবে SOP 
মন্ত্ৰী পীয়ুষ হাজৰিকাই ৰাজহুৱা কৰিলে SOPৰ তথ্য
সকলো স্বত্বাধিকাৰীয়ে মানি চলিব লাগিব SOP
SOP মানি চলিছেনে নাই নিজে পৰীক্ষা কৰিব মন্ত্ৰীয়ে
প্ৰতিটো কেন্দ্ৰতে থাকিব লাগিব চিকিৎসক-নাৰ্ছৰ সুবিধা
বৈঠকৰ পিছতে ঘোষণা মন্ত্ৰী পীযুষ হাজৰিকাৰ
Category
              
          - Log in to post comments