২০৫১ চনৰ ভিতৰত অসম পৰিণত হ’ব মুছলমানপ্ৰধান ৰাজ্যলৈ, এই বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰী শৰ্মাৰ....

muslim

২০৫১ চনৰ ভিতৰত অসম পৰিণত হ’ব মুছলমানপ্ৰধান ৰাজ্যলৈ। বিভিন্ন তথ্যৰে এই বিস্ফোৰণ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। ২০১১ চনত অসমত মুছলমানৰ জনসংখ্যা আছিল ৩৬ শতাংশ। বৰ্তমান ই বৃদ্ধি পালে ৪০ শতাংশলৈ।

আনহাতে, মুছলমান জনসংখ্যা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কংগ্ৰেছ নেতা ৰাহুল গান্ধীক ব্ৰেণ্ড এম্বেছাদৰৰ দায়িত্ব লোৱাৰ আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে। মুছলমান লোকসকলে ৰাহুল গান্ধীৰ কথাহে শুনিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ।

Category