অসম প্ৰকাশন পৰিষদ বিশেষ পদক্ষেপ! মহাবিদ্যালয় -বিশ্ববিদ্যালয়ত গঠন হ’ব সাহিত্য গোট....

অসম প্ৰকাশন পৰিষদ

অসম প্ৰকাশন পৰিষদ বিশেষ পদক্ষেপ 
মহাবিদ্যালয় -বিশ্ববিদ্যালয়ত গঠন হ’ব সাহিত্য গোট 
প্ৰথম পৰ্যায়ত ৩০খন শিক্ষানুষ্ঠানত হ’ব এই সাহিত্য গোট
‘প্ৰকাশ সাহিত্য গোট’ হিচাপে কৰা হ’ব নামাকৰণ
প্ৰতিখন শিক্ষানুষ্ঠানৰ ৫০ ছাত্ৰ-ছাত্ৰী থাকিব এই গোটত 
৫ জনকৈ শিক্ষাগুৰুৰ তত্বাৱধানত চলিব এই গোট
গোটৰ অধীনত শিক্ষাৰ্থীসকলক দিয়া হ’ব প্ৰপত্ৰ
ৰেহাই মূল্যত কিতাপ পাবলৈ সংগ্ৰহ কৰিব লাগিব প্ৰপত্ৰ
পৰৱৰ্তী সময়ত অন্যান্য শিক্ষানুষ্ঠানতো গঠন হ’ব সাহিত্য গো
মহাবিদ্যালয়-বিশ্ববিদ্যালয় পৰ্যায়লৈ লৈ গ্ৰন্থমেলাৰ পৰিকল্পনা
যোৰহাটত অনুষ্ঠিত হ’ব সৃজনীশীল সাহিত্য কৰ্মশালা 
১১ জুলাইৰ পৰা ১৩ জুলাইলৈ অনুষ্ঠিত হ’ব এই কৰ্মশালা
আগষ্টত কটন বিশ্ববিদ্যালয়ত হ’ব এক কৰ্মশালা

Category