২২ জুলাইৰ পৰা সংসদৰ বাজেট অধিৱেশন...

Nirmala Sitharaman

 

১১ আগষ্টত অন্ত পৰিব বাজেট অধিৱেশনৰ

২৩ জুলাইত নিৰ্মলা সীতাৰমণৰ পূৰ্ণাংগ বাজেট

ক্ৰমাগত সপ্তমবাৰৰ বাবে বাজেট দাখিল কৰিব সীতাৰমণে

বাজেটত প্ৰতিৰক্ষা শিতানত ধন বৃদ্ধিৰ সম্ভাৱনা

ৰে’ল যাত্ৰীৰ সুৰক্ষা প্ৰসংগই লাভ কৰিব পাৰে গুৰুত্ব

Category