যোৱা নিশা ১২ বজাত মুখ্যমন্ত্ৰীৰ ফেচবুক লাইভ, ফেচবুক লাইভতে বহু কেইটা গুৰুত্বপূৰ্ণ ঘোষণা মুখ্যমন্ত্ৰীৰ.....

Himanta Biswa Sarma

নিশা ১২ বজাত মুখ্যমন্ত্ৰীৰ ফেচবুক লাইভ
ফেচবুক লাইভত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা
বৃদ্ধাশ্ৰমকলৈ বিশেষ পদক্ষেপ গ্ৰহণৰ ঘোষণা
১৮৬ গৰাকী আইতাক দিয়া হ’ব আধাৰ কাৰ্ড
ৰেচন কাৰ্ড দিয়া হ’ব ২৬৭ গৰাকী আইতাক
২৮৩ গৰাকী আইতাক দিয়া হ’ব আয়ুষ্মান কাৰ্ড
২৬৯ গৰাকী আইতাই পাব অৰুণোদয়ৰ সুবিধা
২৩১ গৰাকী আইতাই লাভ কৰিব বেংক একাউণ্ট
বিভিন্ন বিষয় লৈ ঘোষণা মুখ্যমন্ত্ৰীগৰাকীৰ
ডিব্ৰুগড়ত পুনৰ বিদ্যুৎ সংযোগ দিয়াৰ নিৰ্দেশ
খোৱাঙত ভগ্ন মথাউৰি মেৰামতিৰ প্ৰতিশ্ৰুতি


৩০ দিনৰ ভিতৰত ৰাজ্যৰ বৃদ্ধাশ্ৰমসমূহত উপলব্ধ হ’ব ৰেচন কাৰ্ড, আধাৰ কাৰ্ড, অৰুণোদয়, বেংক একাউণ্ট, আয়ুষ্মান ভাৰতৰ দৰে সকলো চৰকাৰী সুবিধা প্ৰদানৰ আশ্বাস মুখ্যমন্ত্ৰীগৰাকীৰ।

Category