বিলাসী খাদ্য তালিকাৰ বাবে DCক ধমক মুখ্যমন্ত্ৰীৰ...

assam

 

নলবাৰীৰ আয়ুক্তৰ ওপৰত ক্ষুণ্ণ মুখ্যমন্ত্ৰী ডঃ শৰ্মা

ব্যঞ্জনৰ বিশাল প্ৰস্তুতিক লৈ অসন্তুষ্ট মুখ্যমন্ত্ৰী

জিলা আয়ুক্তলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি ভৰা পত্ৰ

পূৰ্বেই মিতব্যয়ী খাদ্য তালিকাৰ নিৰ্দেশ দিছিল CMএ

নিৰামিষ আহাৰেৰে সাধাৰণ খাদ্য প্ৰস্তুতৰ জনাইছিল আহ্বান

মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাক অমান্য কৰাৰ অভিযোগ

ভৱিষ্যতে তেনেকুৱা নকৰিবলৈ সকীয়নি মুখ্যমন্ত্ৰীৰ

Category