আজি মহা অম্বুবাচী মেলাৰ দ্বিতীয়টো দিন....

kamakhya

 

অম্বুবাচী মেলাক লৈ উখল-মাখল নীলাচল পাহাৰ

দেশী-বিদেশী ভক্তৰে মায়াময় হৈ পৰিছে নীলাচলৰ বুকু

ভিন্ন ধৰ্মী সাধু-সন্তৰ আগমন শক্তিপীঠলৈ

২৬ জুনলৈকে বন্ধ থাকিব মন্দিৰৰ মূল দুৱাৰ

২৬ জুনত নিত্য পূজাৰ পিছতে খোল খাব দুৱাৰ

মন্দিৰ প্ৰাংগণত সংস্থাপন কৰা হৈছে CCTV

Category