চৰকাৰ গঠনৰ বাবে সাজু বিজেপি, সংখ্যাগৰিষ্ঠতা প্ৰমাণৰ বাবে প্ৰয়োজন ২৭২ সদস্য.....

bjp

চৰকাৰ গঠনৰ বাবে সাজু বিজেপি
সংখ্যাগৰিষ্ঠতা প্ৰমাণৰ বাবে প্ৰয়োজন ২৭২ সদস্য
বিজেপিৰ এককভাৱে আছে ২৪০
১৪ সহযোগী দলৰ আছে ৫৩ সদস্য
NDA মিত্ৰদলত TDPৰ ১৬, JD(U)ৰ ১২
শিৱসেনা সিন্দে গোট ৭, LJP ৫, JDS ৫, JS ২
RLD ২, AGP ১, UPPL ১, SKM ১
আপনা দল ১ আৰু AJSU ১
১৪ সহযোগী দলৰ সৈতে চৰকাৰ গঠন কৰিবলৈ সাজু বিজেপি
NDA মিত্ৰদলৰ দ্বিতীয় বৃহৎ দল TDP
তৃতীয় বৃহৎ দল হিচাপে পৰিগণিত JDU
কেন্দ্ৰীয় মন্ত্ৰীসভাত TDP আৰু JDUয়ে পাব গুৰুত্বপূৰ্ণ বিভাগ

Category