
২২ জুনৰ পৰা কামাখ্যাত অম্বুবাচী মেলা
পুৱা ৮ বাজি ৪৩ মিনিট ৩৯ ছেকেণ্ডত প্ৰবৃত্তি
৩ দিনৰ বাবে বন্ধ থাকিব কামাখ্যাৰ দুৱাৰ
২৬ জুনত হ’ব অম্বুবাচী মেলাৰ নিবৃত্তি
লাখ লাখ ভক্তক আদৰিবলৈ সাজু মন্দিৰ প্ৰশাসন
অম্বুবাচী মেলাৰ বাবে পৰিচালনা সমিতি গঠন
সজাই-পৰাই তোলাৰ প্ৰস্তুতি নীলাচল পাহাৰ
প্ৰশাসনৰ সহযোগত পূৰ্ণ গতিত চলিছে প্ৰস্তুতি!
Category
- Log in to post comments