পৰ্যটকৰ বাবে বন্ধ হ’ব মানাহ ৰাষ্ট্ৰীয় উদ্যান
আজিৰে পৰা বন্ধ হ’ল হাতী ছাফাৰী, ৰিভাৰ ৰাফটিং
৫ জুনৰ পৰা পৰ্যটকৰ বাবে বন্ধ কৰা হ’ব জীপ ছাফাৰী
বাৰিষা কালত বন্যজন্তু, পৰ্যটকৰ সুৰক্ষাৰ বাবে এই পদক্ষেপ
অহা অক্টোবৰত পুনৰ পৰ্যটকৰ বাবে মুকলি হ’ব মানাহ
চলিত বৰ্ষত মানাহত ১ কোটি ২০ লাখ টকাৰ ৰাজহ সংগ্ৰহ
প্ৰায় ৫০ হাজাৰ পৰ্যটকে ভ্ৰমণ কৰিছে মানাহ ৰাষ্ট্ৰীয় উদ্যান
১৬০০ গৰাকী বিদেশী পৰ্যটকো আহিছে উদ্যানখনলৈ
উদ্যানখনত হাতী, বাঘ, গঁড়, মেঠোনকে ধৰি জীৱ জন্তুৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে বুলি জানিবলৈ দিয়ে বাঁহবাৰী বনাঞ্চলিক কাৰ্যালয়ৰ বন বিষয়া বাৰিং বড়োই।
- Log in to post comments