
আজিৰে পৰা তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন দাখিল পৰ্ব
তৃতীয় পৰ্যায়ত দেশৰ ৯৪টা সমষ্টিত অনুষ্ঠিত হ’ব নিৰ্বাচন
মনোনয়ন পত্ৰ দাখিলৰ অন্তিম তাৰিখ ১৯ এপ্ৰিল
২২ এপ্ৰিল মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন
৫নং গুৱাহাটী সংসদীয় সমষ্টিতো তৃতীয় পৰ্যায়ৰ নিৰ্বাচন
আজিৰে পৰা প্ৰাৰ্থীয়ে দাখিল কৰিব পাৰিব মনোনয়ন
দিনৰ ১১ বজাৰ পৰা ৩ বজাৰ ভিতৰত দিব লাগিব মনোনয়ন
Category
- Log in to post comments