আজিৰে পৰা আৰম্ভ মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ অভিযান! ১৩ কিঃমিঃ চাইকেল ৰেলীৰে প্ৰচাৰ মুখ্যমন্ত্ৰীৰ.........

Himanta Biswa Sarma

আজিৰে পৰা আৰম্ভ হৈছে মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ অভিযান
১ এপ্ৰিলৰ পৰা ১৫ এপ্ৰিললৈ চলিব মুখ্যমন্ত্ৰীৰ এই প্ৰচাৰ অভিযান
১৫ দিনত ৩৪ খন জনসভাত অংশ ল’ব মুখ্যমন্ত্ৰীয়ে
মাজুলীৰ পৰাই লোকসভা নিৰ্বাচনৰ ৰণশিঙা CMৰ
আজি গড়মূৰ মিনি ষ্টেডিয়ামৰ পৰা মহৰীচুকলৈ চাইকেল ৰেলী
১৩ কিঃমিঃ চাইকেল ৰেলীৰে প্ৰচাৰ মুখ্যমন্ত্ৰীৰ
মুখ্যমন্ত্ৰীক সংগ কেইবাগৰাকী মন্ত্ৰী-বিধায়কৰ
ৰেলীত অংশগ্ৰহণ ৮ হাজাৰৰো অধিক কাৰ্যকৰ্তাৰ
যোৰহাটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ প্ৰচাৰ 
চাইকেল ৰেলীৰ পাছতে জনসভাত অংশ ল’ব CMয়ে
মুখ্যমন্ত্ৰীৰ প্ৰচাৰ অভিযানকলৈ ব্যাপক উৎসাহ সমৰ্থকৰ

Category
Profile picture for user UB Photos