EDৰ জিম্মাৰ পৰাই চৰকাৰ চলাব পাৰিব কেজৰিৱালে......

Arvind Kejriwal

EDৰ জিম্মাৰ পৰাই চৰকাৰ চলাব পাৰিব কেজৰিৱালে
দিল্লীৰ উচ্চ ন্যায়ালয়ে সকাহ দিলে কেজৰিৱালক
কেজৰিৱালক মুখ্যমন্ত্ৰী পদৰ পৰা অপসাৰণৰ PIL নাকচ়
দিল্লী উচ্চ ন্যায়ালয়ে নাকচ কৰিলে। PIL
জেলৰ পৰা চৰকাৰ চলোৱাত আইনগত বাধা নাই
দিল্লী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ টিপ্পনী
সম্প্ৰতি EDৰ জিম্মাৰ পৰা চৰকাৰ চলাই আছে কেজৰিৱালে
এই ক্ষেত্ৰত দিল্লী উচ্চ ন্যায়ালয়ে হস্তক্ষেপ নকৰে

Category
Profile picture for user UB Photos