১৯ এপ্ৰিলত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন! ৰাজ্যৰ ৫টা লোকসভা সমষ্টিত প্ৰথম পৰ্যায়ত ভোটগ্ৰহণ.....

loksabha

১৯ এপ্ৰিলত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন
ৰাজ্যৰ ৫টা লোকসভা সমষ্টিত প্ৰথম পৰ্যায়ত ভোটগ্ৰহণ
ডিব্ৰুগড়, লখিমপুৰ, যোৰহাট, কাজিৰঙা, শোণিতপুৰত ভোটগ্ৰহণ
২১খন ৰাজ্যৰ ১০২টা সমষ্টিত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ
অন্ত পৰিল প্ৰথম পৰ্যায়ৰ মনোনয়ন দাখিল প্ৰক্ৰিয়া
অসমত দুদিনত ১৬জন প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল
কাইলৈ কৰা হ’ব মনোনয়ন পত্ৰ পৰীক্ষা
মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন ৩০ মাৰ্চ
কাইলৈৰ পৰা হ’ব দ্বিতীয় পৰ্যায়ৰ মনোনয়ন দাখিল পৰ্ব
২৬ এপ্ৰিলত অনুষ্ঠিত হ’ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ
দ্বিতীয় পৰ্যায়ৰ মনোনয়ন দাখিলৰ অন্তিম দিন ৪ এপ্ৰিল
দ্বিতীয় পৰ্যায়ৰ মনোনয়ন পৰীক্ষাৰ দিন ৫-৬ এপ্ৰিল
মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন ৮ এপ্ৰিল
দ্বিতীয় পৰ্যায়ত ১২ ৰাজ্যৰ ৮৮ সমষ্টিত হ’ব নিৰ্বাচন

Category
Profile picture for user UB Photos