অসম তথা উঃ-পূঃক লৈ বৃহৎ ঘোষণা কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ.......

nitin

অসমত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী

কলাক্ষেত্ৰত আড়ম্বৰপূৰ্ণ অনুষ্ঠান

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ অসম তথা উঃ-পূঃৰ বাবে বৃহৎ ঘোষণা

কামাখ্যাৰ ৰ’পৱে নিৰ্মাণৰ বাবে অনুমোদনৰ গাডকাৰীৰ

nitin

কাজিৰঙাত ৮ হাজাৰ কোটি ব্যয়েৰে নিৰ্মাণ হ’ব এলিভেটেড ক’ৰিডৰ

উন্নয়নমূলক প্ৰকল্পৰ বাবে কেইবাকোটি টকা অনুমোদনৰ ঘোষণা

ৰাজ্যৰ পথ নিৰ্মাণৰ বাবে ৬০০ কোটি টকা

দলং, উৰণ সেতু নিৰ্মাণৰ বাবে ২০০ কোটি টকা

অসমত প্ৰদূষণ হ্ৰাস কৰাৰ বাবে ডিজেলত মিথানল প্ৰয়োগৰ আহ্বান

‘অসমৰ পথ উন্নতমানৰ হ’লে অসমত বাণিজ্যক বিকাশ আগবাঢ়িব’

Category
Profile picture for user UB Photos