ADITYA-L1

ISROৰ নীৰিক্ষণত সূৰ্যযান আদিত্য L-1ৰ কাউণ্ট ডাউন
অহা ৬ জানুৱাৰীত নিৰ্দিষ্ট লক্ষ্যত উপনীত হ’ব সূৰ্যযান
পৃথিৱীৰ পৰা ১৫ লাখ কি.মি. দূৰত্বৰ লংগ্ৰেজত উপনীত হ’ব আদিত্য L-1
ISROৰ অধ্যক্ষ এছ সোমনাথে প্ৰকাশ কৰিছে এই তথ্য
২ ছেপ্টেম্বৰত শ্ৰীহৰিকোটাৰ পৰা সূৰ্য অভিমুখে প্ৰেৰণ কৰা হৈছিল সূৰ্যযান
লক্ষ্য নিৰ্ধাৰিত কক্ষপথত উপনীত হোৱাৰ সময় ঘোষণা কৰিব ISROই
আদিত্য L-1ক লক্ষ্যত উপনীত কৰাবলৈ তীক্ষ্ণ নিৰীক্ষণ কৰিছে ISROই
লংগ্ৰেজৰ কক্ষপথত ৫ বছৰ কাল থাকিব আদিত্য L-1
আদিত্য ISROএ সূৰ্যৰ ওপৰত চলোৱা নীৰিক্ষণৰ তথ্য দিব ISROক