সংসদীয় গণতন্ত্ৰৰ এক ঐতিহাসিক দিন
লোকসভাত গৃহীত হ’ল মহিলা আৰক্ষণ বিধেয়ক
১২৮ সংখ্যক সংবিধান সংশোধনী বিধেয়ক-২০২৩
নাৰী শক্তি বন্দন অধিনিয়ম বিধেয়ক গৃহীত
বিধেয়কৰ সপক্ষে ৪৫৪গৰাকী সাংসদ
বিধেয়কৰ বিপক্ষে থিয় দিয়ে মাত্ৰ দুজন সাংসদে
লোকসভা, বিধানসভাত সংৰক্ষিত হ’ব এক তৃতীয়াংশ আসন
লোকসভাত মহিলাৰ বাবে সংৰক্ষিত হ’ব ১৮১খন আসন
এই সংশোধনী বিধেয়কৰ বাবে লাগিব দেশৰ ৫০% ৰাজ্যৰ অনুমোদন
অহা ১৫ বছৰৰ বাবে কাৰ্যকৰী হ’ব আৰক্ষণ ব্যৱস্থা
SC, STৰ মহিলাৰ বাবে পৃথকে নাথাকিব আৰক্ষণ
SC, STৰ মুঠ সংৰক্ষিত আসনৰ ভিতৰতে থাকিব ৩৩% আৰক্ষণ ব্যৱস্থা
- Today is: