ASTC Banned

ৰাজ্যজুৰি বন্ধ হ'ব ASTCৰ বাছ সেৱা। বৃহস্পতিবাৰৰ পৰা বন্ধ হ'ব ASTCৰ বাছ সেৱা। ৰাজ্যৰ সকলো বাছ স্থানত কৰ্মবিৰতি ঘোষণা কৰ্মচাৰীৰ। ৭৭১ গৰাকী কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিব নিগমে। এই সিদ্ধান্ত অসম ৰাজ্যিক পৰিবহন সন্থাৰ।