Back Pain

মানুহৰ সততে হৈ থকা এবিধ ৰোগ হৈছে কঁকালৰ বিষ। আজিকালি বেছি সংখ্যক লোকেই চিকাৰ এইবিধ ৰোগৰ। বহু সময় ধৰি একেদৰে বহি থকা, শোৱতে খেলি-মেলি হোৱা, ভাগৰুৱা শৰীৰ হ’ব পাৰে কঁকালৰ বিষৰ কাৰণ। পুষ্টিহীনতাও কঁকালৰ বিষৰ অন্যতম কাৰণ হ’ব পাৰে। ভিটামিন B12ৰ অভাৱত শৰীৰত বিষৰ সৃষ্টি হয়। ভিটামিন B12 য়ে শৰীৰৰ ব্লাড চেল সমূহক সুস্থ কৰি ৰখাৰ উপৰিও শৰাৰত পুষ্টিৰ যোগান ধৰে। এই ভিটামিনৰ অভাৱত ব্যক্তিজনে ভাগৰুৱা অনুভৱ কৰে লগতে শৰীৰৰ বিভিন্ন অংশত বিশেষকৈ কঁকালৰ বিষ আৰম্ভ হয়। শৰীৰত ভিটামিন B12ৰ অভাৱ দূৰ কৰিবলৈ হ’লে সলনি কিব লাগিব খাদ্যাভাস। ভিটামিন B12 উপাদানযুক্ত খাদ্য যেনে, গাখীৰ, দৈ, কণী, চীজ, কল, ষ্ট্ৰ’বেৰী, টুনা মাছ